Category: 21 Lessons

  • পাঠ ০৭ : জ্ঞানৰ সীমা | বিটকইন একবিংশতি (21 Lessons)

    Translated from:Lesson 7 : The limits of knowledge (21 Lessons by Dergigi) বিটকইনত সোমাই পৰাটো এক সুখদায়ক অনুভৱ । মই ভাবিছিলোঁ যে কথাবোৰ মোৰ জ্ঞাত আছিল । ভাবিছিলোঁ যে মই শিক্ষিত আছিলোঁ । ভাবিছিলোঁ অন্ততঃ মই কম্পিউটাৰ বিজ্ঞান জানিছিলোঁ । বহু বছৰ ধৰি মই ইয়াকে অধ্যয়ন কৰিছিলোঁ, গতিকে ডিজিটেল স্বাক্ষৰ, হেছ, এনকৃপচন, কাৰ্যকৰী নিৰাপত্তা আৰু নেটৱৰ্ক আদিবোৰৰ…

  • পাঠ ০৬ : মুক্ত-বক্তব্যৰ ক্ষমতা | বিটকইন একবিংশতি (21 Lessons)

    Translated from:Lesson 6 : The power of free speech (21 Lessons by Dergigi) বিটকইন হৈছে এটা ধাৰণা । এনে এটা ধাৰণা, যি ইয়াৰ বৰ্তমান ৰূপত, সম্পূৰ্নভাৱে লিখনিৰ শক্তিৰে চালিত এক যন্ত্ৰবিশেষ প্ৰদৰ্শিত কৰে । বিটকইনৰ প্ৰতিটো দিশ হৈছে মাথোঁ লিখনি : শ্বেতপত্ৰখনি হৈছে লিখনি । ইয়াৰ ন’ডবোৰে চলাই থকা চফ্টৱেৰটো হৈছে লিখনি । হিচাপমালা (ledger) খন হৈছে…

  • পাঠ ০৫ : এটি পবিত্ৰ ধাৰণা | বিটকইন একবিংশতি (21 Lessons)

    Translated from:Lesson 5 : An immaculate conception (21 Lessons by Dergigi) সুন্দৰ এটি মৌলিক কাহিনী সকলোৱে পচন্দ কৰে । বিটকইনৰ আঁৰৰ মূল কাহিনীটোও এটি আকৰ্ষণীয় কাহিনী, আৰু ইয়াত থকা বিৱৰণবোৰো পাঠকৰ বাবে প্ৰথম দৃষ্টিত লগাতকৈ কিছু বেছিয়েই গুৰুত্বপূৰ্ণ । কোননো চাট’ছি নাকাম’ট’ ? তেওঁ এজন মাত্ৰ ব্যক্তি নে কেইবাজনৰ এটা গোট ? তেওঁ পুৰুষ নে নাৰী ?…

  • পাঠ ০৪ : পৰিচিতি/পৰিচয়ৰ সমস্যা | বিটকইন একবিংশতি (21 Lessons)

    Translated from:Lesson 4 : The problem of identity (21 Lessons by Dergigi) In Regards to a bat শীৰ্ষক প্ৰবন্ধত প্ৰফেছৰ থমাছ নেগ’লে আগবঢ়োৱা এই একেটা প্ৰশ্নৰ মূল্যাংকনৰ প্ৰতি শ্ৰদ্ধা নিবেদী নিক কাৰ্টাৰে এটি সুন্দৰ লেখা আগবঢ়াইছে য’ত এই প্ৰশ্নটো আলোচনা কৰা হৈছে : “এটা বিটকইন হ’বলৈ কেনে লাগে (What is it like to be a Bitcoin) ?”…

  • পাঠ ০৩ : প্ৰতিলিপিকৰণ আৰু স্থানীয়তা | বিটকইন একবিংশতি (21 Lessons)

    Translated from:Lesson 3 : Replication and locality (21 Lessons by Dergigi) কোৱান্টাম প্ৰযুক্তিৰ কথা আঁতৰাই থ’লে, পাৰ্থিৱ পৃথিৱীখনত স্থানীয়তাক লৈ কোনো সমস্যা দেখা নাযায় । “অমুক ক’ত আছে” বোলা প্ৰশ্নটোৰ সদায় এটা অৰ্থপূৰ্ণ উত্তৰ দিব পৰা যায়, লাগে ইয়াত ‘অমুক’ এটা বস্তুৱেই হওক বা মানুহ । কিন্তু ডিজিটেল পৃথিৱীখনত “ক’ত আছে” বোলাটোৱেই এটা জটিল প্ৰশ্ন, যদিওবা ইয়াৰ…