Tag: translation

  • পাঠ ০২ : দুৰ্লভ্য বিৰলতা | বিটকইন একবিংশতি (21 Lessons)

    Translated from:Lesson 2 : The scarcity of scarcity (21 Lessons by Dergigi) সাধাৰণতে, প্ৰযুক্তিৰ অগ্ৰগতিয়ে সম্পদক সহজলভ্য কৰি তোলা দেখা গৈছে । পূৰ্বতে বিলাসী হিচাপে গণ্য হোৱা সামগ্ৰীকো ক্ৰমাগতভাৱে অধিক মানুহে উপভোগ কৰিবলৈ পোৱা হৈছে । শীঘ্ৰেই আমি সকলোৱে একালৰ ৰজাৰ দৰে বাস কৰিবলৈ ল’ম (আমাৰ মাজৰে অনেকে ইতিমধ্যে বাস কৰিবলৈ লৈছেই) । যিদৰে লিখক পিটাৰ ডায়েমণ্ডিছে…

  • পাঠ ০১ : অ-পৰিৱৰ্তনশীলতা আৰু পৰিৱৰ্তন | বিটকইন একবিংশতি (21 Lessons)

    Translated from:Lesson 1 : Immutability and change (21 Lessons by Dergigi) ঠিক তেনেদৰেই, বিটকইন কি সেয়া বিৱৰণ কৰাও স্বাভাৱিকতে কঠিন । ই এটা সম্পূৰ্ণ নতুন বস্তু আৰু পূৰ্বৱৰ্তী বস্তুবোৰৰ সৈতে কৰা ইয়াৰ যিকোনো তুলনাত্মক বিশ্লেষণে – লাগে সেয়া “ডিজিটেল সোণ” বুলি বা “ইণ্টাৰনেটৰ মুদ্ৰা” বুলিয়েই নহওক কিয় – ইয়াৰ এক সম্পুৰ্ণ বিৱৰণ দিয়াত সদায় ব্যৰ্থ হৈয়েই ৰ’ব…

  • অধ্যায় ০১ : দৰ্শন | বিটকইন একবিংশতি (21 Lessons)

    Translated from:Chapter I : Philosophy (21 Lessons by Dergigi) উপৰোৱাভাৱে বিটকইনক লক্ষ্য কৰি কোনোৱে হয়তো ভাবিব পাৰে যে ই লেহেমীয়া, অপচয়মূলক, অপ্ৰয়োজনীয় তথা অযথা ভীতিগ্ৰস্ত এক ব্যৱস্থা । আকৌ, অনুসন্ধিৎসু ভাৱে বিটকইনক লক্ষ্য কৰি কোনোৱে হয়তো পাব পাৰে যে কথাবোৰ আচলতে প্ৰথমবাৰতে দেখাৰ দৰে নহয় । আপোনাৰ মনৰ ধাৰণাবোৰক লৈ সেইবোৰৰ গোটেই দিশ সলনি কৰি…

  • বিটকইন শ্বেতপত্ৰ – The Bitcoin Whitepaper in Assamese

    in

    Read this post on Nostr: This is an unfinished translation of the original Bitcoin whitepaper published by Satoshi Nakamoto. You can read the original version or many of the translated versions of it here: https://bitcoin.org/en/bitcoin-paper সাৰমৰ্ম এটি সম্পূৰ্ণ ‘পিয়েৰ-টু-পিয়েৰ’ ইলেকট্ৰনিক নগদ মুদ্ৰা ব্যৱস্থাই কোনো বিত্তীয় অনুস্থানৰ সহায় অবিহনেই এক পক্ষক আন এক পক্ষৰ লগত অনলাইনত…